ধুবড়ী জেলা: সংশোধিত সংস্করণের মধ্যে পার্থক্য

বিষয়বস্তু বিয়োগ হয়েছে বিষয়বস্তু যোগ হয়েছে
পরিবর্ধন করা হলো
পরিবর্ধন ও তথ্যসূত্র যোগ করা হলো
৮৪ নং লাইন:
[[Image:Dhubunir Ghat.JPG|thumb|left|200px|নেতাই ধুবুনীর ঘাট]]
'''পানবাড়ী মসজিদ'''
ঐতিহাসিক পানবাড়ী মসজিদ ধুবুৰীৰ পৰা ২৫ কিঃমিঃ পূবত পানবাড়ী এবং ৰঙামাটিৰ ওচৰত, ১৩ নং ৰাষ্ট্ৰীয় রাজপথের পাশে অবস্থিত।<ref>{{cite journal | url=http://itsmynortheast.com/2011/06/a-forgotten-chapter-of-history-panbari-mosque/| title=A forgotten chapter of history – Panbari mosque}}</ref> এই মসজিদকে অসমের আটাইতকৈ পুরনো মছজিদ বলে বিবেচনা করা হয়। এটি বঙ্গের শাসক হুসেন শাহের ১৪৯৩- ১৫১৯ খৃষ্টাব্দৰ সময়চোৱাত নির্মাণ করেছিল। মসজিদটোক ইচলামধৰ্মী মোগল সেনাসকলে প্ৰাৰ্থনা-গৃহৰূপে ব্যৱহাৰ কৰিছিল। মছজিদটোৰ সৈতে থকা ইদগাহ পথাৰ এবং কুয়োটিও উল্লিখিত সময়চোৱাতে সম্ভবতঃ নির্মাণ কৰা হয়েছিল।
'''পঞ্চপীর দরগাহ'''
পঞ্চপীর দরগাহ হলো পাঁচগৰাকী সুফী সন্তৰ মাজাৰ চৰিফ। এই সন্তকেইগৰাকী আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ মোগল সেনাপতি ৰামসিংহৰ সৈতে অসমলৈ আহিছিল।<ref>http://dhubri.gov.in/PlaceOfInterest.html</ref>

'''মহামায়া থান'''
ধুবড়ী জিলাৰ বগৰীবাৰীৰ এখন চাপৰ পাহাৰৰ ওপৰত এই থানখন অৱস্থিত। ঘন জংঘলেৰে আৱৰি থকা এই থানখনৰ নৈসৰ্গিক শোভা আকৰ্ষণীয়। মহামায়া থান নামনি অসমৰ এখন প্ৰখ্যাত শক্তিপীঠ।<ref>http://dhubri.gov.in/PlaceOfInterest.html</ref>

'''রামরায়কুটী সত্ৰ'''
এই সত্ৰখন ভারত-বাংলাদেশ আন্তর্জাতিক সীমা এবং অসম-[[পশ্চিমবঙ্গ]] আন্তঃরাজ্যিক সীমার ওচৰৰ ছত্ৰশাল নামে ঠাইখনত অৱস্থিত। সত্ৰখন স্থাপন কৰিছিল শংকৰ গুৰুৱে। ইয়াতে গুৰুজনাৰ সম্পৰ্কীয় ভাতৃ ৰামৰায়ৰ জীয়ৰী ভূৱনেশ্বৰীৰ সৈতে কোঁচ সেনাপতি চিলাৰায়ৰ বিবাহ অনুষ্ঠিত হৈছিল। পিতলেৰে নিৰ্মিত এখন ঐতিহাসিক ৰথ ইয়াত সংৰক্ষিত হৈ আছে।<ref>http://dhubri.gov.in/PlaceOfInterest.html</ref>

'''ধুবড়ী নগরের গুৰুদ্বাৰ'''
এই গুৰুদ্বাৰটোক 'শ্ৰীগুৰু তেগ বাহাদুৰ চাহিব' বুলি জনা যায়। সোতৰ শতিকাত নৱম শিখগুৰু তেগবাহাদুৰে (Punjabi: ਗੁਰੂ ਤੇਗ਼ ਬਹਾਦੁਰ, Hindi: गुरू तेग़ बहादुर) এই গুৰুদ্বাৰটো প্ৰতিষ্ঠা কৰিছিল।<ref>http://dhubri.gov.in/PlaceOfInterest.html</ref>
'''[[চক্রশিলা বন্যপ্রাণ অভয়ারণ্য]]'''
হচ্ছে [[ভারত|ভারতের]] [[অসম]] রাজ্যের [[ধুবড়ী জেলা|ধুবড়ী]] ও [[কোকড়াঝাড় জেলা|কোকড়াঝাড়]] জেলায় অবস্থিত একটি বন্যপ্রাণ [[অভয়ারণ্য]]।<ref>[http://www.assamtourism.org/wildlife.htm Department of Tourism, Govt. of Assam]</ref>

== তথ্যসূত্র ==